DETAILED NOTES ON ASSAMESE SYNONYMS

Detailed Notes on Assamese synonyms

Detailed Notes on Assamese synonyms

Blog Article

চীনাংশুক, পটাম্বৰ, পট্টবস্ত্ৰ, পট্টাম্বৰ, পাটকাপোৰ, ৰেচমী কাপোৰ, ক্ষৌমবস্ত্ৰ৷

অলসতা, আলস্য, আলাস, জড়তা, জড়িমা, জাড্য, নিষ্ক্ৰিয়তা, সোৰোপালি, হেলা৷ ধোদৰ স্বভাৱ৷ ভোকৰিহা৷

অলপীয়া, ঈষৎ, কম, তাকৰ, তাকৰীয়া, নগণ্য, নামনাচ, সামান্য৷

অগ্নিমুখ, অদিতিজ, অদিতিনন্দন, অমৃতাশন, অমৰ, অসুৰাৰি, ঘৃতভোজী, ত্ৰিদশ, ত্ৰিদিৱেশ, দেৱ, দেৱতা, দেৱভূ, দৈত্যাৰি, বিবুধ, সুৰ৷

চৰাইখানা, চৰাইঘৰ, ধৰমশালা, পথিকশালা, পান্থশালা, পান্থনিবাস, মুছাফিৰখানা, যাত্ৰী-নিৱাস৷

নিৰুদ্বেগ, নিৰ্জু, প্ৰশান্ত, শান্ত, সমাহিত, স্থিৰ৷

অংগধাৰী, অৱয়বী, কায়বিশিষ্ট, দেহধাৰী, দেহী, মূৰ্ত, মূৰ্তিমান, শৰীৰবদ্ধ, শৰীৰী, সাংগী, সাকাৰ, সাৱয়ব, ৰূপধাৰী৷

কঠোৰপন্থী, কট্টৰপন্থী, চৰমপন্থী৷ বামপন্থী৷

অজগৌ, আহম্মক, জধামূৰ্খ, নিৰ্বুদ্ধি, নিৰ্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, মন্দমতি, মূঢ়, মূৰ্খ, মূৰুখ, মূৰুখমতি৷

অগণন, অগণিত, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

অনেক, অগাধ, অতিশয়, অত্যধিক, অত্যন্ত, অধিক, অনল্প, উভৈনদী, ওৱাদানি, ঢেৰ, দেধাৰ, প্রচুৰ, প্ৰতুল, প্ৰভূত, বহু, বহুত, বিপুল, বিস্তৰ, বেছি, সমধিক৷

পিছপৰা শ্রেণীৰ বিভিন্ন ভাগত চিহ্নিত কৰাৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ প্ৰদান কৰাটো আয়োগৰ অন্যতম কাম।

কাঠচিত, কাঠচিতীয়া, কৰ্কশ, দয়াহীন, নিকৰুণ, নিঠুৰ, নিষ্ঠুৰ, নিৰ্দয়, নিৰ্মম, নৃশংস, পাষাণহৃদয়৷ মমতাহীন, মায়াহীন, হৃদয়হীন৷

আৰোহণ, click here উৎকৰ্ষ, উত্থান, উত্থিতি, উদ্গতি, উদ্গম, উন্নয়ন, ঊৰ্ধ্বগতি, ঊৰ্ধ্বগমন, সমুন্নয়ন৷

Report this page